ख’नाख’र’
ख’मा बिलाय (Bodo) [ Roman: kho.ma bilai]
Contributed by: Bhadra Brahma on 2025-05-11
ख’मा बिलाय (Bodo) [ Roman: kho.ma bilai]
Contributed by: Bhadra Brahma on 2025-05-11
1. Plants(Common Noun) any of numerous plants of the genus Urtica, having toothed leaves, unisexual apetalous flowers, and stinging hairs that cause skin irritation on contact এবিধ ২-৩ মিটাৰ ওখ, কোমল, জোপোহাজাতীয় উদ্ভিদ। কাণ্ড তথা পাতবিলাক বিষাক্ত শুংযুক্ত। পাত একক, অভিমুখী, ১৫-২২ ছে:মি: বহল,কিছুমান পাত ৪০ ছে:মি: পৰ্যন্ত দীঘল, ডিম্বাকাৰ বা উপবৃত্তাকাৰ বা আয়তাকাৰ, দাঁতি নিমজ বা সামান্য দাঁতৰি কটা। ফুল একলিংগী, সৰু, শাখাযুক্ত ৰেচিম পুষ্পবিন্যাসত ফুলে। ফল বগা, সৰু সৰু। এই গছৰ পাত গাত লাগিলে খজুৱাই আৰু চকলা চকল পাতে।